ট্ৰাক আৰু অটোৰ মাজৰ মুখামুখি সংঘৰ্ষত ৭জনৰ কৰুণ মৃত্যু

DY365
DY365
Published: February 24,2025 11:22 AM
DY365

Story highlights

ট্ৰাক আৰু অটোৰ মাজৰ মুখামুখি সংঘৰ্ষত ৭জনৰ কৰুণ মৃত্যু

২৪ ফেব্ৰুৱাৰী ২০২৫-   ট্ৰাক আৰু অটোৰ মাজৰ মুখামুখি সংঘৰ্ষত ৭জনৰ কৰুণ মৃত্যু



পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ দুৰ্ঘটনাত ৭জন লোকে কৰুণ মৃত্যুক আকোৱালি লৈছে। বিপৰীতে সংকটজনক অৱস্থাত আন ৩জনক চিকিৎসালয় ভৰ্তি কৰা হৈছে। ট্ৰাক আৰু অটোৰ মাজত মুখামুখি  হৈছিল মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাতো ইমানেই ভয়াৱহ আছিল যে দুৰ্ঘটনাৰ ফলত দলঙৰ পৰা তলত পৰি যায় দুয়োখন বাহন। উল্লেখ্য যে অটোখনত আছিল ১০জনকৈ শ্ৰমিক। বিহাৰৰ পাটনাত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।


Related

TWITTER

FACEBOOK