জম্মু-কাশ্মীৰৰ উধমপুৰত ভয়ংকৰ দুৰ্ঘটনা, নিহত ১

DY365
DY365
Published: March 2,2024 09:48 AM
DY365

Story highlights

জম্মু-কাশ্মীৰৰ উধমপুৰত ভয়ংকৰ দুৰ্ঘটনা। জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মৌদ পাছিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।

২ মাৰ্চ, ২০২৪ঃ জম্মু-কাশ্মীৰৰ উধমপুৰত ভয়ংকৰ দুৰ্ঘটনা। জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মৌদ পাছিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।



এটা পাহাৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। নিহত হয় ১জন লোক।



মৃতদেহ উদ্ধাৰ উধমপুৰ আৰক্ষীৰ। মৰণোত্তৰ পৰীক্ষাৰ বাবে উধমপুৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে উধমপুৰ আৰক্ষীয়ে। 
 


Related

TWITTER

FACEBOOK