Facebook Australia news ban Photograph:(Reuters)
নিৰ্বাচনৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণ। ভয়ংকৰ বোমা বিস্ফোৰণত নিহত হয় এটি কিশোৰ। গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক।
৬ মে’ ২০২৪ঃ নিৰ্বাচনৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণ। ভয়ংকৰ বোমা বিস্ফোৰণত নিহত হয় এটি কিশোৰ। গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক।
পশ্চিমবংগৰ হুগলীত সংঘটিত হৈছে এই ভয়ংকৰ বোমা বিস্ফোৰণ। সমগ্ৰ ঘটনাক লৈ TMCৰ কাৰ্যকৰ্তাক আঙুলি বিজেপিৰ।
আহতসকলক পাণ্ডুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাক লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে হুগলী আৰক্ষীয়ে।