২১ এপ্ৰিল, ২০২৪ঃ বদৰপুৰত আগৰতলা-দেওঘৰ এক্সপ্ৰেছত জুই। হাৱাইপুৰ ষ্টেশ্যনৰ কাষতে সংঘটিত হয় এই কাণ্ড।
মুহূৰ্ততে ধোঁৱাই আৱৰি পেলায় সমগ্ৰ অঞ্চলটো। যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হুৱাদুৱা পৰিস্থিতিৰ।
ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীৰ তত্পৰতাত জুই নিৰ্বাপণ।