পুত্ৰৰ নাম কি ৰাখিলে অভিনেতা ৰণবীৰ সিঙে ?

DY365
DY365
Published: April 17,2024 08:08 PM
DY365

Story highlights

ৰণবীৰ-দিপীকাৰ আহিবলগীয়া সন্তানৰ নাম কি ?

১৭ এপ্ৰিল,২০২৪ : ছোৱালী হ'ব নে ল'ৰা ? এই সন্দৰ্ভত আহিবলগীয়া সন্তানকলৈ  পিতৃ-মাতৰ মাজত সদায় উৎসুকতা থাকে । 



আৰু এইবাৰ  আহিবলগীয়া সন্তানকলৈ চৰ্চালৈ আহিছে  বলীউদৰ অভিনেতা-অভিনেত্ৰী দিপীকা পাডুকন আৰু ৰণবীৰ সিং। কন্যা সন্তান বিচাৰে ৰণবীৰ সিঙে যদিও পুত্ৰ সন্তান হ'লে ৰণবীৰ সিঙে কি নাম ৰাখিব তাক লৈও চিন্তা কৰিছে অভিনেতা গৰাকীয়ে।



চলিত বৰ্ষৰ ছেপ্তম্ৱৰ মাহত ৰণবীৰ-দিপীকাৰ সংসাৰলৈ আগমন হ'ব নতুন সদস্যৰ। পুত্ৰ সন্তান হ'লে শৌৰ্যবীৰ সিং নাম ৰখাৰ ইচ্ছা প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে। সংবাদমাধ্যমৰ সন্মুখত এই কথা প্ৰকাশ কৰিছে ৰণবীৰ সিঙে। " অৱশ্য ইশ্ৱৰে যি দিব তাক লৈয়ে সুখী হম" বুলি মন্তব্য ৰণবীৰ সিঙে।


Related

TWITTER

FACEBOOK