মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান

DY365
DY365
Published: April 10,2024 03:54 PM
DY365

Story highlights

মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান। খানাপাৰা উৰণীয়া সেতুৰ সমীপত এই অভিযান। অভিযানত জব্দ ৫৫ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।

১০ এপ্ৰিল, ২০২৪ঃ মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান। খানাপাৰা উৰণীয়া সেতুৰ সমীপত এই অভিযান। অভিযানত জব্দ ৫৫ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।



লগতে ৭ টা নিচাযুক্ত নাইট্রাজেপাম টেবলেট। প্ৰায় ৭৫ গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে তিনিজনকৈ ড্ৰাগছ ব্যৱসায়ীক। ধৃত তিনি ড্ৰাগছ ব্যৱসায়ী চানিদুল আলী, শুকুৰ আলী আৰু সুনিতা বসুমতাৰী ওৰফে এঞ্জেল।



দীৰ্ঘদিনে খানাপাৰা অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল তিনি ড্ৰাগছ ব্যৱসায়ীয়ে। সম্প্ৰতি বশিষ্ঠ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। অধিক তদন্ত অব্যাহত ৰাখিছে STFৰ দলটোৱে। 
 


Related

TWITTER

FACEBOOK