গুৱাহাটীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড

DY365
DY365
Published: February 24,2024 11:37 AM
DY365

Story highlights

গুৱাহাটীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড। শিৱ মন্দিৰৰ সমীপত জুইত জাহ গ’ল দুটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। এখন কাবাৰী দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাতৰ সন্দেহ।

২৪ ফেব্ৰুৱাৰী, ২০২৪ঃ গুৱাহাটীৰ নুনমাটিতবিধ্বংসী অগ্নিকাণ্ড। নুনমাটি শিৱ মন্দিৰৰ সমীপত অগ্নিকাণ্ডত ভস্মীভূত ২খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।



শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাতৰ সন্দেহ স্থানীয় লোকৰ। এখন কাবাৰী দোকানত প্ৰথমে জুইৰ সূত্ৰপাত হৈ বিয়পি পৰে আনখন দোকানলৈ।



ঘটনাস্থলীত উপস্থিত তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী। তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই। 


Related

TWITTER

FACEBOOK