যোৰাবাটৰ ন-মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

DY365
DY365
Published: April 2,2024 12:50 PM
DY365

Story highlights

ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য। যোৰাবাটৰ নমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী অভাৰলোড শিল ভৰ্তি ডাম্পাৰে খুন্দা মাৰে 1109 নম্বৰৰ ট্ৰাকত।

২ এপ্ৰিল, ২০২৪ঃ  ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য। যোৰাবাটৰ ন-মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী অভাৰলোড শিল ভৰ্তি ডাম্পাৰে খুন্দা মাৰে 1109 নম্বৰৰ ট্ৰাকত।



খুন্দা মাৰি 1109 ট্ৰাকৰ ওপৰত বাগৰিল ডাম্পাৰ। কথমপি প্ৰাণ ৰক্ষা দুয়োখন বাহনৰ চালক আৰু সহকাৰী। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হয় তীব্ৰ যানজঁট।



AS01MC 3402 1109 ট্ৰাকখন যোৰাবাটৰ পৰা গুৱাহাটী অভিমুখী আৰু AS01KC9685 শিল ভৰ্তি ডাম্পাৰ খন কিলিঙৰ পৰা গুৱাহাটী অভিমুখী আছিল।


Related

TWITTER

FACEBOOK