উত্তৰ গুৱাহাটীৰ বিহলঙনীৰ পৰ্বতকাষত বিধ্বংসী বনজুই

DY365
DY365
Published: March 5,2024 06:49 PM
DY365

Story highlights

উত্তৰ গুৱাহাটীৰ বিহলঙনীৰ পৰ্বতকাষত বিধ্বংসী বনজুই। এফালৰ পৰা জুই বিয়পি পৰিছে বনভূমিৰ বিভিন্ন অঞ্চললৈ।

৫ মাৰ্চ, ২০২৪ঃ উত্তৰ গুৱাহাটীৰ বিহলঙনীৰ পৰ্বতকাষত বিধ্বংসী বনজুই। এফালৰ পৰা জুই বিয়পি পৰিছে বনভূমিৰ বিভিন্ন অঞ্চললৈ।



অগ্নিকাণ্ডক লৈ বিহলঙনী গাঁৱত আতংকময় পৰিস্থিতি। জুই নিৰ্বাপন কৰিবলৈ আপ্ৰাণ চেষ্টা ৰাইজৰ।



ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী। ৰাইজৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে চলাইছে জুই নিৰ্বাপনৰ অভিযান।



ৰুদ্ৰেশ্বৰ পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখতে সংঘটিত হৈছে এই অগ্নিকাণ্ড। 
 


Related

TWITTER

FACEBOOK