৫ মে’, ২০২৪ঃ লখিমপুৰৰ লালুকৰ কৰুণাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। মাজনিশা পথৰ কাষৰ ৰেলিং ভাঙি দ পুখুৰীত পৰিল মহিন্দ্ৰা TUV300 বাহন।
কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ চালকজনৰ। বিহপুৰীয়া দিশৰ পৰা লালুকৰ দিশলৈ গৈ আছিল TUV বাহনখন। মাহিন্দ্ৰা TUV বাহনখনৰ নম্বৰ AR01 L 3035 ।