ডবকাত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান, জব্দ ১০টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ

DY365
DY365
Published: May 6,2024 01:36 PM
DY365

Story highlights

ডবকাত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। ডবকাত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ডবকাৰ বুঢ়ীগাঁৱত অভিযান চলায় আৰক্ষীয়ে।

৬ মে’, ২০২৪ঃ ডবকাত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। ডবকাত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। ডবকাৰ বুঢ়ীগাঁৱত অভিযান চলায় আৰক্ষীয়ে।



অভিযানত ১০টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে আটক কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক।



ড্ৰাগছ সৰবৰাহকাৰীৰ নাম আব্দু ছালাম। গোপন সুত্ৰৰ ভিত্তিত ডবকা আৰক্ষীয়ে চলাইছিল অভিযান। ডবকাত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা। 


Related

TWITTER

FACEBOOK