অনুষ্কাৰ কোলাত উঠি কি ক’লে বিৰাটে? চাওক Video টো

DY365
DY365
Published: April 7,2021 04:55 PM
DY365

Story highlights

অনুষ্কাৰ কোলাত উঠি কি ক’লে বিৰাটে? চাওক Video টো

৭ এপ্ৰিল, ২০২১ঃ বিৰাট কোহলিৰ পত্নী তথা বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মা ছ'চিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় চৰ্চিত। কেতিয়াবা তেওঁ জীয়েকৰ ফটো পোষ্ট কৰে বা কেতিয়াবা তেওঁৰ ফটোশ্বুট পোষ্ট কৰে। কিন্তু এইবাৰ অনুষ্কাই স্বামী বিৰাটক কোলাত তুলি লোৱা এক ভিডিঅ’ই বিশেষ চৰ্চা লাভ কৰিছে। 



ভিডিঅ’ত দেখা গৈছে, অনুষ্কাই প্রথমতে বিৰাটক দুই হাতেৰে তোলাৰ চেষ্টা কৰিছে। হঠাতেই বিৰাটক দুহাত লক কৰি উপৰলৈ তুলিলে অনুষ্কাই। তেওঁৰ বাহুবলক প্ৰশংসাও কৰিছে অনুৰাগীসকলে। বিৰাটেও প্রশংসা সূচক প্ৰতিক্ৰিয়া দিছে। ভিডিঅ’ত তেওঁৰ মুখৰ পৰা শুনা গৈছে, ‘ওয়ে তেৰি’। পঞ্জাবি আৰু উত্তৰ ভাৰতৰ বিস্তীর্ণ অঞ্চলত বাস কৰা লোকসকলে এই শব্দ ‘আচৰিত’ হ’লে কয়। ঠিক বিৰাটেও তেওঁৰ পত্নীৰ একেই শৈলীৰে শক্তিৰ প্ৰশংসা কৰিছিল। 



চাওক Video-




Related

TWITTER

FACEBOOK