ৰাজপথ নহয়, এইবাৰ ঘৰতেই নিৰ্যাতিতা হ'ল এগৰাকী বোৱাৰী

DY365
DY365
Published: August 24,2024 10:44 AM
DY365

Story highlights

ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য কাণ্ডই  জোকাৰি গৈছে ৰাজ্য। এইবাৰ নিজ বোৱাৰীক ধৰ্ষণ কৰিলে শহুৰেকে। তিতাবৰত সংঘটিত হৈছে এই জঘণ্য ঘটনা।

২৪ আগষ্ট,২০২৪: ৰাজ্যত ইটোৰ পিছত সিটো জঘন্য কাণ্ডই  জোকাৰি গৈছে ৰাজ্য। এইবাৰ নিজ বোৱাৰীক ধৰ্ষণ কৰিলে শহুৰেকে। তিতাবৰত সংঘটিত হৈছে এই জঘণ্য ঘটনা।



তিতাবৰৰ দেওঘৰীয়াত কিছুদিনৰ পূৰ্বে নিজ বোৱাৰীক ধৰ্ষণ কৰি পলায়ন কৰিছিল লম্পট যাদৱ বৰা।  কালি শুক্ৰবাৰে নিশা ৰাইজে তিতাবৰৰ এক স্থানত যাদৱ বৰাক দেখা পাই কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে আৰুঘটনাটোৰ ওপৰত আজি পুৱাৰে পৰা আৰক্ষীয়ে  আৰম্ভ কৰিছে তদন্ত। 


Related

TWITTER

FACEBOOK