চাৰিদিন পূৰ্বে পৃথিৱীৰ পৰা বিদায় লোৱা ৰমেনে উচ্চ মাধ্যমিকৰ পৰীক্ষাত লাভ কৰিলে ৮৮% শতাংশ নম্বৰ

DY365
DY365
Published: May 9,2024 10:34 PM
DY365

Story highlights

চাৰি দিন পূৰ্বে দুৰ্ঘটনাই প্ৰাণ লোৱা ৰমেনে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৫টা বিষয়ত লেটাৰ মাৰ্ক সহ  ৮৮% শতাংশ নম্বৰ লাভ কৰি কঠিয়াতলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে

৯ মে’ ২০২৪ : আজি ঘোষনা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল ৷ পুত্ৰৰ ভাল ফলাফল পাই কান্দোনত ভাঙি পৰিছে নগাঁৱৰ কঠিয়াতলীৰ ৰমেন বিস্বাসৰ পিতৃ মাতৃ ৷ কাৰণ ফলাফল জানিবলৈ এই সংসাৰত নাই পুত্ৰ ৰমেন বিস্বাস ৷



চাৰি দিন পূৰ্বে নগাঁৱৰ পানীখাইটিত এটা দূৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ছাত্ৰ জনে ৷কঠিয়াতলীৰ নিবাসী নাৰায়ন চৰকাৰ আৰু অনুপমা চৰকাৰৰ পুত্ৰ ৰমেন বিস্বাসে আজি ঘোষনা হোৱা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৫টা বিষয়ত লেটাৰ মাৰ্ক সহ  ৮৮% শতাংশ নম্বৰ লাভ কৰি কঠিয়াতলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । 
 


Related

TWITTER

FACEBOOK