চাহ বাগিছাৰ উৰুখা পঁজাৰ পৰা পিতৃ-মাতৃহীন বৈষ্ণৱী উজলিল উচ্চ মাধ্যমিকৰ পৰীক্ষাত

DY365
DY365
Published: May 9,2024 04:40 PM
DY365

Story highlights

পিতৃ-মাতৃহীন বৈষ্ণৱীক চাহ বাগিছাত কেচাপাত তুলি জীৱন নিৰ্বাহ কৰা মামীয়েক অজ্ঞলি মাঝিয়ে বহু দুখ কষ্টৰ মাজেৰে শিক্ষা গ্ৰহনৰ বাবে সুবিধা কৰি দিছিল।

৯ মে' ২০২চাহ বাগিছাৰ উৰুখা পঁজাৰ পৰাচাহ বাগিছাৰ উৰুখা পঁজাৰ পৰা উচ্চ মাধ্যমিকৰ ফলাফলত  ৮৩শতংশ নম্বৰ লাভ কৰিলে বৈষ্ণৱীয়ে। ।মৰিয়নী নকচাৰী উচ্চ মাধ্যমিকৰ বিদ্যালয়ৰ ছাত্ৰী বৈষ্ণৱী হেমৰম।



উচ্চ মাধ্যমিকৰ কলা শাখাত চাৰিটা বিষয়ত লেটাৰ পাই প্ৰথম স্থান লাভ কৰা বৈষ্ণৱীৰ সপোন ভৱিষ্যতে এগৰাকী আৰক্ষী বিষযা হোৱা।



পিতৃ-মাতৃহীন বৈষ্ণৱীক চাহ বাগিছাত কেচাপাত তুলি জীৱন নিৰ্বাহ কৰা মামীয়েক অজ্ঞলি মাঝিয়ে বহু দুখ কষ্টৰ মাজেৰে শিক্ষা গ্ৰহনৰ বাবে সুবিধা কৰি দিছিল। শ্ৰমিক সন্তান বৈষ্ণৱীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে ভেলাগুৰি বাগিছাৰ ৰাইজ।


Related

TWITTER

FACEBOOK