৭ মে’ ২০২৪ঃ আজি দেশত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ত অসমত ৪টা সমষ্টিত ভোটগ্ৰহণ। ১১ বজালৈ অসমত ভোটদানৰ হাৰ ২৭.৩৪ শতাংশ ভোটদান।
৪ সমষ্টিত বৰষুণকো নেওচি আশাপ্ৰদ সঁহাৰি ভোটাৰৰ। বৰপেটা সমষ্টিত পুৱা ১১ বজালৈ ২৭.১৯ শতাংশ ভোটদান সম্পন্ন। ধুবুৰী সমষ্টিত ১১ বজালৈ ২৭.৭৭ শতাংশ ভোটদান সম্পন্ন।
গুৱাহাটী সমষ্টিত ১১ বজালৈ ২৬.২৫ শতাংশ ভোটদান সম্পন্ন। কোকৰাঝাৰ সমষ্টিত ১১ বজালৈ ২৮.২৮ শতাংশ ভোটদান সম্পন্ন।