Home>>শীৰ্ষ সংবাদ

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ, ৩১ টাকৈ গো-ধন জব্দ যোৰাবাট আৰক্ষীৰ

ৰাজ্যত চলি আছে তীব্ৰ গতিত গৰুৰ চোৰাং সৰবৰাহ। প্ৰতিদিনেই চোৰাংকৈ সৰবৰাহ হৈ আহিছে গো- ধন।

Read Article

কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰৰ দেওচুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰিল মালবাহী ট্ৰাক।

Read Article

ৰঙিয়াৰ মূৰাৰাৰ পৰা সন্ধানহীন এগৰাকী মহিলা, ২৫ মাৰ্চৰ নিশাৰ পৰাই সন্ধান নাই পূৰবী কাকতিৰ

ৰঙিয়াৰ মূৰাৰাৰ পৰা সন্ধানহীন এগৰাকী মহিলা। মহিলাগৰাকী ৰঙিয়াৰ মূৰাৰাৰ পূৰবী কাকতি। ২৫ মাৰ্চৰ নিশাৰ পৰাই সন্ধান নাই পূৰবী কাকতিৰ।

Read Article

পৱিত্ৰ ৰমজান মাহত পাঁচটা ঐতিহাসিক মছজিদৰ কথা, কি কি বিশেষত্ব আছে এই মছজিদকেইটাৰ?

পৱিত্ৰ ৰমজান মাহত পাঁচটা ঐতিহাসিক মছজিদৰ কথা। কেইবাটাও বিশেষত্ব আছে এই মছজিদকেইটাৰ।

Read Article

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড। দুলীয়াজানৰ হুকুটা চাৰিআলিত অৱস্থিত ৰাজ কুমাৰ গুপ্তাৰ ডেম্পত লাগিল জুই।

Read Article

দুলীয়াজানত ধন দাবী কৰি আৰক্ষীৰ জালত এজন যুৱক

দুলীয়াজানত ধন দাবীৰ ঘটনা। ধন দাবী কৰি আৰক্ষীৰ জালত এজন যুৱক। ধৃত যুৱকজনৰ নাম ধনেশ ৰাজভৰ। নাহৰকটীয়াৰ এজন ব্যৱসায়িক ধন দাবী কৰিছিল ধনেশে।

Read Article

সোণাৰিত বন মাফিয়ালৈ গুলী বনকৰ্মীৰ

সোণাৰিত বন মাফিয়ালৈ গুলী বনকৰ্মীৰ। বনকৰ্মীৰ গুলীত আহত সুৰেশ মুণ্ডা নামৰ লোকজন। অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই গুলীচালনা।

Read Article

চাপৰত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চাপৰত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ এটা দলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান। অভিযানত জব্দ ১৯৮ টা নিষিদ্ধ ক’ফ চিৰাপ।

Read Article

কলিয়াবৰৰ জখলাবন্ধা থানাৰ লকআপত আত্মহনন অভিযুক্তৰ

পুনৰ ৰাজ্যত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ আত্মহনন। কলিয়াবৰৰ জখলাবন্ধা থানাৰ লকআপত আত্মহনন অভিযুক্তৰ। শুকুৰবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছিল ৰাজু নাথক।

Read Article

গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটোত বাছখনৰ বহু কেইজন যাত্ৰী আহত হয়।

Read Article

হোজাইৰ ডবকাত আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী, জব্দ ১৫ টাকৈ ড্ৰাগছ কণ্টেইনাৰ

হোজাইৰ ডবকাত ৩ ড্ৰাগছ সৰবৰাহকাৰী জালত। ডবকাৰ মদাৰতলিত আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ। ১৫টা কণ্টেইনাৰত ভৰাই বিক্ৰী কৰিবলৈ আনিছিল ড্ৰাগছখিনি।

Read Article

ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বজ্ৰ পৰি শোণিতপুৰৰ ঢেকীয়াজুলিত ভয়ংকৰ অগ্নিকাণ্ড। ৰাক্ষসমাৰীত জ্বলিল ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

Read Article

লাহৰিজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাাৰি

লাহৰিজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাাৰি। লাহৰীজান আৰক্ষীয়ে জব্দ কৰে ১০ কুইন্টল বাৰ্মিজ চুপাৰি৷ WB 31 A 3624 নম্বৰৰ এখন বাৰ চকীয়া ট্ৰাকত ডিমাপুৰৰ পৰা গুৱাহাটীৰ নিছিল চুপাৰিখিনি।

Read Article

ছয়গাঁৱৰ হাতীপাৰাত বিধ্বংসী অগ্নিকাণ্ড

ৰাজ্যজুৰি হোলীৰ আনন্দ উছাহৰ মাজতেই ছয়গাঁৱৰ গৰৈমাৰীৰ হাতীপাৰাত বিধ্বংসী অগ্নিকাণ্ড। হাতীপাৰাৰ মানিক আলীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।

Read Article

তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হয় তিনি যাত্ৰী। তামাৰহাটৰ কুমাৰগঞ্জত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

Read Article

TWITTER

FACEBOOK