১৮ বছৰ উৰ্ধ্বৰ সকলো ব্যক্তিক দিয়া হ’ব COVIDৰ ভেকচিন

DY365
DY365
Published: April 20,2021 08:55 AM
DY365

Story highlights

সকলো প্ৰাপ্তবয়স্ক লোকক COVIDৰ ভেকচিন দিব চৰকাৰে। ১ মে’ৰ পৰা আৰম্ভ হ’ব টীকাকৰণ। তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযানৰ অধীনত সামৰি লোৱা হ’ব তেওঁলোকক।

২০ এপ্ৰিল, ২০২১: সকলো প্ৰাপ্তবয়স্ক লোকক COVIDৰ ভেকচিন দিব চৰকাৰে। ১৮ বছৰ উৰ্ধ্বৰ সকলো ব্যক্তিক দিয়া হ’ব COVIDৰ ভেকচিন। ১ মে’ৰ পৰা আৰম্ভ হ’ব টীকাকৰণ। তৃতীয় পৰ্যায়ৰ টীকাকৰণ অভিযানৰ অধীনত সামৰি লোৱা হ’ব তেওঁলোকক। পূৰ্বৰ দুটা পৰ্যায়ৰ বিনামুলীয়া টীকাকৰণ অব্যাহত থাকিব। ভেকচিন প্ৰস্তুতকৰ্তা কোম্পানীয়ে ৫০% ড’জ কেন্দ্ৰ চৰকাৰক যোগান ধৰিব। অতিৰিক্ত ৫০% ৰাজ্য চৰকাৰ আৰু মুকলি বজাৰত বিক্ৰীৰ অনুমতি।
 


Related

TWITTER

FACEBOOK