গুৱাহাটী ৰে’ল ষ্টেশ্যনত পুৱাই ধৰা পৰিল ৫ জন কোভিড আক্ৰান্ত

DY365
DY365
Published: April 20,2021 11:33 AM
DY365

Story highlights

ৰেপিড টেষ্টত ৫ যাত্ৰীৰ শৰীৰত ধৰা পৰিল কোভিড 19। শেহতীয়াকৈ নিতৌ ৰে’ল যাত্ৰীৰ শৰীৰত ধৰা পৰিছে ভাইৰাছটো।

২০ এপ্ৰিল, ২০২১: গুৱাহাটী ৰে’ল ষ্টেশ্যনত পুৱাই ধৰা পৰিল ৫ জন কোভিড আক্ৰান্ত। ৰেপিড টেষ্টত ৫ যাত্ৰীৰ শৰীৰত ধৰা পৰিল কোভিড 19। শেহতীয়াকৈ নিতৌ ৰে’ল যাত্ৰীৰ শৰীৰত ধৰা পৰিছে ভাইৰাছটো। সোমবাৰে দিনৰ ভাগতে ষ্টেশ্যনটোত ২০ জন আক্ৰান্ত ধৰা পৰিছিল। মালিগাঁৱৰ কামাখ্যা ষ্টেশ্যনতো দিনে-নিশাই অব্যাহত কোভিড টেষ্ট। সোমবাৰে ১৯ জনৰ শৰীৰত কামাখ্যা ষ্টেশ্যনত ধৰা পৰিছিল কোভিড। ৰে’ল ষ্টেশ্যনৰ লগতে বৰঝাৰ বিমান বন্দৰতো অব্যাহত কোভিড টেষ্ট। ৰে’ল আৰু বিমান যাত্ৰীৰ কোভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে।


Related

TWITTER

FACEBOOK