Home>>গুৱাহাটী

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ, ৩১ টাকৈ গো-ধন জব্দ যোৰাবাট আৰক্ষীৰ

ৰাজ্যত চলি আছে তীব্ৰ গতিত গৰুৰ চোৰাং সৰবৰাহ। প্ৰতিদিনেই চোৰাংকৈ সৰবৰাহ হৈ আহিছে গো- ধন।

Read Article

উত্তৰ গুৱাহাটীৰ বিহলঙনীৰ পৰ্বতকাষত বিধ্বংসী বনজুই

উত্তৰ গুৱাহাটীৰ বিহলঙনীৰ পৰ্বতকাষত বিধ্বংসী বনজুই। এফালৰ পৰা জুই বিয়পি পৰিছে বনভূমিৰ বিভিন্ন অঞ্চললৈ।

Read Article

গুৱাহাটীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড

গুৱাহাটীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড। শিৱ মন্দিৰৰ সমীপত জুইত জাহ গ’ল দুটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। এখন কাবাৰী দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাতৰ সন্দেহ।

Read Article

যোৰাবাটত গো–সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

যোৰাবাটত গো–সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। দুখন ট্ৰাকত অবৈধভাৱে সৰবৰাহ কৰা ৬০টা গৰু উদ্ধাৰ। গো–সৰবৰাহৰ অভিযোগত বাহন দুখনৰ চালকসহ ৪জনক আটক।

Read Article

চন্দ্ৰপুৰত তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে এজন লোকক

চন্দ্ৰপুৰত শোকাৱহ ঘটনা। তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে এজন লোকক। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হয় বীৰেন কলিতা নামৰ লোকজন।

Read Article

গুৱাহাটী মহানগৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজনে। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ভিনিয়েক–খুলশালিয়েক।

Read Article

দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত দুগৰাকীকৈ যাত্রী।

দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰত বাগৰিল বাহন। নিহত দুগৰাকীকৈ যাত্রী।

Read Article

মহানগৰীৰ খানামুখত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

মহানগৰীৰ খানামুখত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত বাইক আৰোহী। নিহত লোকজন নলবাৰীৰ সুৰেন বৰ্মন। 

Read Article

মহানগৰীত পুনৰ মন্দিৰত চুৰিকাণ্ড, লুটি নিলে মন্দিৰৰ দানপাত্ৰৰ লগতে ব্যৱহাৰ হোৱা সা-সামগ্ৰী

মহানগৰীত পুনৰ মন্দিৰ চুৰিৰ ঘটনা। ভোগালীৰ আনন্দৰ মাজতেই সংঘটিত হ’ল চুৰিকাণ্ড। চোৰে লুটি নিলে মন্দিৰৰ দানপাত্ৰৰ লগতে মন্দিৰত ব্যৱহাৰ হোৱা সা-সামগ্ৰী।

Read Article

কাকপথাৰ ন-মাইঠঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুইগৰাকী ছাত্ৰ

কাকপথাৰ ন-মাইঠঙত ভয়ংকৰ পথ দুৰ্ঘটনা। কাকপথাৰত দুৰ্ঘটনাত নিহত দুইগৰাকী ছাত্ৰ।

Read Article

মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী মহিলা

মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। লালমাটিত সংঘটিত হয় পথ দুৰ্ঘটনা দুটা। থিতাতে নিহত এগৰাকী মহিলা।

Read Article

নৈশ বাছেৰে ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ গাঞ্জা সৰবৰাহ এজনৰ

টিফিন বক্সত এইবাৰ সৰবৰাহ কৰিলে গাঞ্জা। ভাত থকা টিফিন বাক্সৰ পৰা উদ্ধাৰ গাঞ্জা।

Read Article

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত পুনৰ জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা। গাঞ্জা সহ আটক বিকাশ কুমাৰ নামৰ সৰবৰাহকাৰীক।

Read Article

আমিনগাঁৱৰ আছাম টিউবৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৰাজা হৰি নামৰ বাইক আৰোহীজন

আমিনগাঁৱৰ আছাম টিউবৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।  ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। তীব্ৰবেগী ট্ৰাকে মহতিয়ালে এখন বাইক। থিতাতে নিহত হয় ৰাজা হৰি নামৰ বাইক আৰোহীজন।

Read Article

গুৱাহাটীত অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ ৩ আলফা কেডাৰ

এইবাৰ মহানগৰীত ঘাটি পাতিছে সশস্ত্ৰ আলফা কেডাৰ। গুৱাহাটীত অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ ৩ আলফা কেডাৰ। মালিগাঁৱত বাহৰ পাতি থকা অৱস্থাত ধৰা পৰিছে আলফা কেডাৰ ৩জন।

Read Article

TWITTER

FACEBOOK