Home>>অসম

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড। দুলীয়াজানৰ হুকুটা চাৰিআলিত অৱস্থিত ৰাজ কুমাৰ গুপ্তাৰ ডেম্পত লাগিল জুই।

Read Article

দুলীয়াজানত ধন দাবী কৰি আৰক্ষীৰ জালত এজন যুৱক

দুলীয়াজানত ধন দাবীৰ ঘটনা। ধন দাবী কৰি আৰক্ষীৰ জালত এজন যুৱক। ধৃত যুৱকজনৰ নাম ধনেশ ৰাজভৰ। নাহৰকটীয়াৰ এজন ব্যৱসায়িক ধন দাবী কৰিছিল ধনেশে।

Read Article

সোণাৰিত বন মাফিয়ালৈ গুলী বনকৰ্মীৰ

সোণাৰিত বন মাফিয়ালৈ গুলী বনকৰ্মীৰ। বনকৰ্মীৰ গুলীত আহত সুৰেশ মুণ্ডা নামৰ লোকজন। অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই গুলীচালনা।

Read Article

চাপৰত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চাপৰত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰক্ষীৰ এটা দলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান। অভিযানত জব্দ ১৯৮ টা নিষিদ্ধ ক’ফ চিৰাপ।

Read Article

কলিয়াবৰৰ জখলাবন্ধা থানাৰ লকআপত আত্মহনন অভিযুক্তৰ

পুনৰ ৰাজ্যত আৰক্ষীৰ জিম্মাত অভিযুক্তৰ আত্মহনন। কলিয়াবৰৰ জখলাবন্ধা থানাৰ লকআপত আত্মহনন অভিযুক্তৰ। শুকুৰবাৰে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছিল ৰাজু নাথক।

Read Article

গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটোত বাছখনৰ বহু কেইজন যাত্ৰী আহত হয়।

Read Article

হোজাইৰ ডবকাত আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী, জব্দ ১৫ টাকৈ ড্ৰাগছ কণ্টেইনাৰ

হোজাইৰ ডবকাত ৩ ড্ৰাগছ সৰবৰাহকাৰী জালত। ডবকাৰ মদাৰতলিত আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ। ১৫টা কণ্টেইনাৰত ভৰাই বিক্ৰী কৰিবলৈ আনিছিল ড্ৰাগছখিনি।

Read Article

ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। বজ্ৰ পৰি শোণিতপুৰৰ ঢেকীয়াজুলিত ভয়ংকৰ অগ্নিকাণ্ড। ৰাক্ষসমাৰীত জ্বলিল ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

Read Article

আজিৰে পৰা ৰাজ্যত আৰম্ভ মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া

সমাগত লোকসভা নিৰ্বাচনক লৈ আজি দাখিল কৰিব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ

Read Article

লাহৰিজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাাৰি

লাহৰিজানত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাাৰি। লাহৰীজান আৰক্ষীয়ে জব্দ কৰে ১০ কুইন্টল বাৰ্মিজ চুপাৰি৷ WB 31 A 3624 নম্বৰৰ এখন বাৰ চকীয়া ট্ৰাকত ডিমাপুৰৰ পৰা গুৱাহাটীৰ নিছিল চুপাৰিখিনি।

Read Article

ছয়গাঁৱৰ হাতীপাৰাত বিধ্বংসী অগ্নিকাণ্ড

ৰাজ্যজুৰি হোলীৰ আনন্দ উছাহৰ মাজতেই ছয়গাঁৱৰ গৰৈমাৰীৰ হাতীপাৰাত বিধ্বংসী অগ্নিকাণ্ড। হাতীপাৰাৰ মানিক আলীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।

Read Article

তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত হয় তিনি যাত্ৰী। তামাৰহাটৰ কুমাৰগঞ্জত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

Read Article

দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১

দেৰগাঁৱৰ ৩নং গেটৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সন্ধিয়া প্ৰায় ৮ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত হয় ১জন।

Read Article

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ মাউৰিয়া পাহাৰত উদ্ধাৰ মৃতদেহ

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা ৰেঞ্জৰ মাউৰিয়া পাহাৰত উদ্ধাৰ মৃতদেহ। মাউৰিয়া পাহাৰৰ নামনিত উদ্ধাৰ হয় প্ৰদীপ নাৰ্জাৰীৰ মৃতদেহ।

Read Article

গহপুৰত ড্ৰাগছ বিৰোধী অভিযান, আটক ৩ ড্ৰাগছ আসক্ত যুৱক

গহপুৰত ড্ৰাগছ বিৰোধী অভিযান। আটক ৩ ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

Read Article

TWITTER

FACEBOOK